বিশ্ব কুইজ |
বিশ্ব কুইজ
১. বিশ্বৰ সৰ্বাধিক ধনী দেশ কোন খন ?
- চুইজাৰলেণ্ড।
২. বৰ্তমান পৃথিৱীৰ সপ্তাশ্চৰ্য আশ্চৰ্য কি কি ?
- চীনৰ প্ৰাচীৰ
- আগ্ৰাৰ তাজমহল
- মেক্সিকোৰ চিচেল ইট্জা
- ব্ৰাজিলৰ ষ্টেচু অব দা খাইষ্ট দা ৰিডীমাৰ
- পেৰুৰ মাচু পিছু
- জৰ্ডানৰ পেট্ৰা
- ৰোমৰ কলোছিয়াম।
৩. বিশ্বত সৰ্বাধিক সোণ ক’ত উৎপাদন হয়?
- দক্ষিণ আফ্ৰিকাত।
৪. এছিয়াৰ প্ৰথম তেল শোধনাগাৰটো ক’ত?
- ডিগবৈত।
Post a Comment
0 Comments